Rock - Pothe Pothe Bohu Baat Buli Lyrics | Zubeen Garg

Song: Rock – Pothe Pothe Bohu Baat Buli (পথে পথে বহু বাট বুলি)

Singer: Zubeen Garg

Rock - Pothe Pothe Bohu Baat Buli Lyrics
Rock – Pothe Pothe Bohu Baat Buli Lyrics 

Rock – Pothe Pothe Bohu Baat Buli Lyrics:–

Rock Rock Rock
Rock Rock
Rock you baby – 2
I am gonna rock you forever
পথে পথে বহু বাট বুলি
যাযাবৰ হৈ ঘুৰিলো
বহু দিলো বহু পালো জীৱনত
কত সপোনক চুই চালো
কত সপোনক ভাঙিলো
মায়াবী মৰীচিকা খেদি ৰং ল’লো
হহা কন্দাৰ খেল দেখিলো
কত শত জন হেৰোৱালো
তথাপিও বাৰে বাৰে ঘুৰি আহো তোমাৰ কাষলে

Rock Rock Rock


Rock Rock
Rock you baby – 2
I am gonna rock you forever

যুজাৰু যে ম‍ই আছিলো
যুজাৰু যে ম‍ই আজিও
নেমানো একোকে সম্মুখত আগুৱামেই
পোহৰ লৈ মোৰ দুহাতে
ফাগুন আহে মোৰ দুকাষে
ৰ’লোৱা ঘুৰাৰ দৰে চেকুৰিমেই
খোজে খোজে তোমাক বিছাৰো
প্ৰতি পলে তোমাক সোৱৰো
বাকি জীৱন তোমাৰ মাজতে ম‍ই সামৰো


Rock Rock Rock


Rock Rock
Rock you baby – 2
I am gonna rock you forever

Download Link: Rock - Pothe Pothe Bohu Baat Buli Lyrics | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form