Tumi Janane Xagor Gobhir Kiman Lyrics | Zubeen Garg And Zublee

Song: Tumi Janane Xagor Gobhir Kiman (তুমি জানানে সাগৰ গভীৰ কিমান)

Singer: Zubeen Garg And Zublee

Tumi Janane Xagor Gobhir Kiman Lyrics
Tumi Janane Xagor Gobhir Kiman Lyrics

Tumi Janane Xagor Gobhir Kiman Lyrics:–

তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতা ও সিমান

তুমি জানানে আকাশ বিশাল কিমান


মোৰ মৰমৰ বিশালতা ও সিমান

এতিয়া মোৰ চৌপাশে তোমাৰ সুৰৰ গুনগুননি



এতিয়া মোৰ সকলোতে মাথো তুমিয়েই তুমি



তুমি জানানে কিমান আপোন তুমি


তুমি জানানে কিমান আপোন তুমি…

যেন সৰগ ঢুকি পাও ম‍ই এই মৰতত


যেতিয়া তুমি আহি ৰোৱাহি মোৰ কাষত

দুবাহুত সাৱতি ৰাখা মোক তোমাৰ


তুমি অহাৰ পৰাই মোৰ জীৱন সলনি

সাতোৰঙি ৰামধেনুতকৈও ৰঙীন তুমি



তুমি জানানে কিমান আপোন তুমি…



প্ৰতিটো উশাহত মোৰ এতিয়া তোমাৰ অনুভৱ


তোমাৰ মৰমৰ কোলাতেই ল’ম জিৰণি ভাগৰৰ

দুইও মিলি হ’ম এতিয়া আহা এই ক্ষ্যণত


সপোন সপোন লাগে প্ৰতি পল আজি

তুমি অহাৰ পৰাই জীৱন সলনি


তুমি জানানে কিমান আপোন তুমি

Download Link: Tumi Janane Xagor Gobhir Kiman Lyrics | Zubeen Garg And Zublee

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form