Sinaki Tumar Logote Lyrics By Nabanita Sharma

Singer: Sinaki Tumar Logote (চিনাকি তোমাৰ লগতে)

Song: Nabanita Sharma

Sinaki Tumar Logote Lyrics
Sinaki Tumar Logote Lyrics

Sinaki Tumar Logote Lyrics:–

চিনাকি তোমাৰ লগতে
দুদিনৰ আগতে
ইমানকৈ মৰম নিদিবা
পৰি যাম প্ৰেমতে

চিনাকি তোমাৰ লগতে
দুদিনৰ আগতে
ইমানকৈ মৰম নিদিবা
পৰি যাম প্ৰেমতে
অ’ বুজা নুবুজাকৈ খুজিছা
তুমি চাওনিৰে
উলাহী এচুমা গালতে
কঁপাহি ওঁঠৰে
মনকো এবাৰ সুধি চা
জানো কি
মনৰ উত্তৰ পাৱ
বৰণীয়া ফুল গুঠি গুঠি যাওঁ
সপোনতো তোমাক বিচাৰি যাওঁ

চিনাকি তোমাৰ লগতে
দুদিনৰ আগতে
ইমানকৈ মৰম নিদিবা
পৰি যাম প্ৰেমতে
যৌৱন সোণৱালী আঘোণ
পৰশ তোমাৰ আপোন আপোন
সৰে একাজলি সপোন
জিলিকে মনৰ দাপোন

অ’ যৌৱন সোণৱালী আঘোণ
পৰশ তোমাৰ আপোন আপোন
সৰে একাজলি সপোন
জিলিকে মনৰ দাপোন

মন সাচতী খুলি ল’
তালে হিয়াখন বান্ধি থ’
তোমাৰ ছবি তাতে গুজি ল’ম
বৰণীয়া ফুল গুঠি গুঠি যাওঁ
সপোনতো তোমাক বিচাৰি চাওঁ

চিনাকি তোমাৰ লগতে
দুদিনৰ আগতে
ইমানকৈ মৰম নিদিবা
পৰি যাম প্ৰেমতে


জীয়া ধনশিৰিৰে ধল
উঠে বুকুত পাগল পাগল
তোমাৰ দুচকুত পৰি মোৰ
দুচকু লাগিলে থ’ৰ

অ’ জীয়া ধনশিৰিৰে ধল
উঠে বুকুত পাগল পাগল
তোমাৰ দুচকুত পৰি মোৰ
দুচকু লাগিলে থ’ৰ

চুটি চুটি উশাহতে
তোমাৰ আমনি সঘনে
তুমি বুকুতে থকা যেনেই পাওঁ
অ’ বৰণীয়া ফুল গুঠি গুঠি যাওঁ
সপোনতো তোমাক বিচাৰি চাওঁ

চিনাকি তোমাৰ লগতে
দুদিনৰ আগতে
ইমানকৈ মৰম নিদিবা
পৰি যাম প্ৰেমতে
বুজা নুবুজাকৈ খুজিছা
তুমি চাওনিৰে
উলাহী এচুমা গালতে
কঁপাহি ওঁঠৰে৷

Download Link: Sinaki Tumar Logote Lyrics By Nabanita Sharma

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form