Tumar Rathar Jaydhwaja Lyrics | Bhupen Hazarika

Song: Tumar Rathar Jaydhwaja (তোমাৰ ৰথৰ জয়ধ্বজা)

Singer: Bhupen Hazarika

Tumar Rathar Jaydhwaja Lyrics
Tumar Rathar Jaydhwaja Lyrics 

Tumar Rathar Jaydhwaja Lyrics:—

বি.এ পাছ কৰি অহাৰ কিছুদিনৰ পাছত
পাৰ্বতী প্ৰসাদে মোমাইদেৱেক
প্ৰিয়প্ৰসাদ বৰুৱাৰ বাগিচা
সৰুচৰাইত কাম শিকিবলৈ লয়
১৯২৯ চনত তাত থাকোতেই
নৃত্য নাটিকা লখিমী ৰচে
এই লখিমীত গীতেৰে তেঁও
ৰথৰ জয়ধ্বজা উৰুৱাই

তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা

তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা

বিদায় বাঁহী বাজি
ভাঙিব নেকি আজি
বিদায় বাঁহী বাজি
ভাঙিব নেকি আজি
তোমাৰ জয়ৰ ৰঙত মজা
মোৰ শুকুলা জয়ধ্বজা
তোমাৰ জয়ৰ ৰঙত মজা
মোৰ শুকুলা জয়ধ্বজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা

শেষ বাৰিষাৰ দূৰ্বাদলত
থিয় ৰ’ল হিয়া পোন বলত
নীৰবে সকলো সহি
অকলে আহিছে বহি
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা
তোমাৰ ৰথৰ জয়ধ্বজা
মোৰ শুকুলা ফুলেৰে সজা

Download Link: Tumar Rathar Jaydhwaja Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form