Aji Bule Rongali Bihu Lyrics | Bhupen Hazarika

Song: Aji Bule Rongali Bihu (আজি বোলে ৰঙালী বিহু)

Singer: Bhupen Hazarika

Aji Bule Rongali Bihu Lyrics
Aji Bule Rongali Bihu Lyrics

Aji Bule Rongali Bihu Lyrics:—

কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি।
গীতঃ লুইতত ভোটোঙাই ওলাল শিহু
আজি বোলে ৰঙালী বিহু বিহু।

যেন লেতেকুৰে থোক
ধেমালি চাই যা ধেমালি চা।

সমাজৰ পথাৰত কোন খেলুৱৈয়ে
কাক বা সাজিছে ঢোপ
ৰাইজৰ এইগাল লোক
দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই যা, ধেমালি চা।

এ’ ইফালেদি লথিয়ায়– ৰংমন-ভদীয়াক
সিফালেদি লথিয়ায় তোক
নাজিতৰা, ইফালেদি লথিয়ায় তোক
ৰঙালী বিহুটিক কঙালী কৰিলে
পোটৰো নুগুচে ভোক

নাজিতৰা, পেটৰো নুগুচে ভোক
এহ দুদিন বিহু কৰি এবছৰ কান্দিবি
গিলিবি দুখৰহে ঢোক
এ’ ৰাইজৰ এইগাল লোক

এ’ দলদোপ দলদোপ হেন্দোলদোপ
ধেমালি চাই য়া, ধেমালি চা।

Download Link: Aji Bule Rongali Bihu Lyrics | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form