Bilote Halise Lyrics | বিলতে হালিছে | Bishnu Prasad Rabha

Song: Bilote Halise (বিলতে হালিছে)

Singer: Bishnu Prasad Rabha


Bilote Halise Lyrics:—–

বিলতে হালিছে ধুনীয়া পদুমী

ফুলনীত ফুলিছে ফুল,

বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল,
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল,
সেই ফুলে ফুলে পখিলা উৰিছে
সানিছে ৰেণুৰে বোল,
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..

গছৰে ডালতে গাইছে কুলিয়ে

কুউ.. কুউ.. কৈ..

গছৰে ডালতে গাইছে কুলিয়ে
কুউ.. কুউ.. কৈ..
দূৰ-দূৰণিতে জুৰিটি নাচিছে
দূৰ-দূৰণিতে জুৰিটি নাচিছে,
জিৰি জিৰি জিৰি জিৰি কৈ,
নিজান বননীতে কেতেকী চৰায়ে
নিজান বননীতে কেতেকী চৰায়ে,
সুহুৰি মাৰিছে ৰৈ….
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..

গছৰে ডালতে গাইছে কুলিয়ে

কুউ.. কুউ.. কৈ..

দূৰ-দূৰণিতে জুৰিটি নাছিছে
দূৰ-দূৰণিতে জুৰিটি নাছিছে,
জিৰি জিৰি জিৰি জিৰি কৈ,
নিজান বননীতে কেতেকী চৰায়ে
নিজান বননীতে কেতেকী চৰায়ে,
সুহুৰি মাৰিছে ৰৈ….
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..
বিলতে হালিছে ধুনীয়া পদুমী
ফুলনীত ফুলিছে ফুল…..

Download Link: Bilote Halise Lyrics | বিলতে হালিছে | Bishnu Prasad Rabha

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form