Bisora Morom Lyrics | Zubeen Garg

Song: Bisora Morom (বিচৰা মৰম)


Singer: Zubeen Garg 

Bisora Morom Lyrics
Bisora Morom Lyrics

Bisora Morom Lyrics:—

বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
সোণৰে পালেঙত তুমি উমলিলা
কোমলকৈ দলিছাত তুমি খোজ পেলোৱা
আঁহিবা জানো উৰুঙা পজালৈ মোৰ
তুমি ল’বা জানো দুক আঁদৰি মোক

মৰম মানে নহয় সোণৰে কাৰেং ঘৰ অই
ধুমুহা আহিলে নাথাকে সিও যে ৰ’ই 
মৰম মানে নহয় সোণৰে কাৰেং ঘৰ অ’ই …..

ধুমুহা আহিলে নাথাকে সিও যে ৰ’ই …….

জোনাকো নামিব… তৰায়ে খেলিব …তুমি সোণ আহিলে সকলো আহিব…. মোৰে সোণ জীৱনলে…..

আহিবা জানো উৰুঙা পঁজালৈ মোৰ ……

তুমি ল’ৱা জানো দুখকে আদৰি মোক ……


দিবও নোৱাৰো মণি-মুকুতা সোণ অ’ই …..

উকা দুহাতেৰে আছো যে তোমালৈ ৰ’ই ….

দিবও নোৱাৰো মণি-মুকুতা সোণ অ’ই …..

উকা দুহাতেৰে আছো যে তোমালৈ ৰ’ই ……

ডেউকা মেলিছো …উৰিব খুজিছো ….শয়ণে-সপোনে তোমাকেই দেখিছো…. মোৰে মন পদূলিতে

আহিবা জানো উৰুঙা পঁজালৈ মোৰ…..

তুমি ল’ৱা জানো দুখকে আদৰি মোক ………


বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
বিচৰা মৰম দিবানে মৰমী মোক
তুমি ল’বা জানো দুহাতে সাবতি মোক
সোণৰে পালেঙত তুমি উমলিলা
কোমলকৈ দলিছাত তুমি খোজ পেলোৱা
আঁহিবা জানো উৰুঙা পজালৈ মোৰ
তুমি ল’বা জানো দুক আঁদৰি মোক

Download Link: Bisora Morom Lyrics | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form