Runjun Reboot - Pahi Pahi Gulapote Lyrics

Song: Pahi Pahi Gulapote (পাহি পাহি গোলাপতে)


Singer: Zubeen Garg and Kabita Das


Album: Runjun Reboot

Pahi Pahi Gulapote Lyrics
Pahi Pahi Gulapote Lyrics

Pahi Pahi Gulapote Lyrics:—


পাহি পাহি গোলাপতে

মৰমে খেলিছে

একন-দুকন থুনুক-থানাক
হেপাঁহো জাগিছে

হিয়াৰে দলিচাতে

আজি প্ৰেমৰে নাচোন
কহুৱা ফুলিছে
যেন তোমাৰেই দাপোণ
আজি সপোনে কৰিছে গুনগুন
ৰুনজুন
বুকুতে বাজিছে ৰুনজুন
নূপূৰে মাতিছে ৰুনজুন
হৃদয়ে হাহিঁছে ৰুনজুন
ৰুনজুন
বুকুতে বাজিছে ৰুনজুন
নূপূৰে মাতিছে ৰুনজুন
হৃদয়ে হাহিঁছে ৰুনজুন

ভাল লগা বাহীঁৰ সুৰো

বাজি উঠে বুকুতে
তোমাকেই পালে
ধীৰে ধীৰে অলেখ অযুত
জোনাক ফুলে মন আকাশতে
দুবাহুতে ল’লে

মন পলকতে

চুমি যায় ভাবনা নতুন
বিলীন তোমাতেই
হ’বলে এবাৰ দিয়াচোন
আজি সপোনে কৰিছে গুনগুন
ৰুনজুন
বুকুতে বাজিছে ৰুনজুন
নূপূৰে মাতিছে ৰুনজুন
হৃদয়ে হাহিঁছে ৰুনজুন
ৰুনজুন
বুকুতে বাজিছে ৰুনজুন
নূপূৰে মাতিছে ৰুনজুন
হৃদয়ে হাহিঁছে ৰুনজুন

সৰা পাতে পাতে আজি সোঁৱৰিছে

জনমলে
ফাগুনীৰ ভাষা
সোণালী সোণালী মোৰ আশাবোৰে
আজুৰিছে
তোমাকেই জানা
মৰম ওমলিছে মোৰ দুচকুতে চোৱাচোন
যেন নামিছে প্ৰণয়ৰে বৰষুণ
আজি সপোনে কৰিছে গুনগুন
ৰুনজুন
বুকুতে বাজিছে ৰুনজুন
নূপূৰে মাতিছে ৰুনজুন
হৃদয়ে হাহিঁছে ৰুনজুন
ৰুনজুন
বুকুতে বাজিছে ৰুনজুন
নূপূৰে মাতিছে ৰুনজুন
হৃদয়ে হাহিঁছে ৰুনজুন

Download Link: Runjun Reboot - Pahi Pahi Gulapote Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form