Dekha Nai Lyrics | Nirmal Prabha Bordoloi

Song: Dekha Nai (দেখা নাই)

Singer: Nirmal Prabha Bordoloi

 Dekha Nai Lyrics
 Dekha Nai Lyrics

Dekha Nai Lyrics:—

দেখা নাই
আগে এনে ছবি দেখা নাই
শুনা নাই
আগে এনে সুৰ
শুনা নাই

ফুলে মাতে ৰদে মাতে
নিবিড় ছায়াই
শান্তি যেন বৈ যায়
বনে নিজৰাই
পোৱা নাই
এনে শিহৰন
পোৱা নাই
পোৱা নাই
এনে শিহৰন
পোৱা নাই

মোৰ সপোনৰেযে
সোণ বৰণীয়াযে
এই মাটিযে
মন মুহি যায় মোৰ
এই ৰঙেই যে
মন মুহি যায় মোৰ
এই ৰঙেই যে
মৌ পায়
নাচে যেন
মন ভোমোৰাই
মৌ পায়
নাচে যেন
মন ভোমোৰাই

অজান কি মায়াৰে
বন সুৰভীয়েযে
উতলা কৰে
শান্তি মৰণতোযে
এই মাটিতে
শান্তি মৰণতোযে
এই মাটিতে
চাই চাই
চাই মোৰ তৃষা নপলায়
চাই চাই
চাই মোৰ তৃষা নপলায়

Download Link: Dekha Nai Lyrics | Nirmal Prabha Bordoloi

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form