Ganga Mur Maa (গংগা মোৰ মা) | Lyrics In Assamese | Bhupen Hazarika

Song: Ganga Mur Maa (গংগা মোৰ মা)

Singer: Bhupen Hazarika

Ganga Mur Maa Lyrics
Ganga Mur Maa Lyrics

Ganga Mur Maa Lyrics:—

গংগা মোৰ মা
পদ্মা মোৰ মা
মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা।

একে আকাশ একে বতাহ
দুই কলিজাত একে উশাহ
দুটি চৰাইৰ দুটি মাতত
একেই মুৰ্ছনা।।
অʼমোৰ চকুৰোৰে দুটি ধাৰা
মেঘনা যমুনা।

ইপাৰ সিপাৰ কোন পাৰে নেজানো
মই চৌদিশতে আছো
লুইততে নাও মেলিও পদ্মাৰ
ভাটিয়ালী ৰচো
ৰাজহংস পাখি মেলি দুই নদীতে নাচো
ইপাৰ সিপাৰ কোন পাৰে নেজানো
মই চৌদিশতে আছো।
একে প্ৰেম একে আশা
কান্দোন হাঁহিৰ একে ভাষা
সুখ দুখৰ বুকুৰ মাজত
একে যন্ত্ৰণা
অʼ মোৰ চকুলোৰে দুটি ধাৰা
মেঘনা যমুনা।।

Download Link: Ganga Mur Maa (গংগা মোৰ মা) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form