Jauti Jugiya (যাউতিযুগীয়া) | Lyrics In Assamese | Jyoti Prasad Agarwala

Song: Jauti Jugiya (যাউতিযুগীয়া) 

Singer: Jyoti Prasad Agarwala

Jauti Jugiya Lyrics
Jauti Jugiya Lyrics

                                             Jauti Jugiya Lyrics:—

যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন
প্ৰাণতে দিলা মোক 
মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
স্মৃতিৰ ছবিখনি 
প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
যাউতিযুগীয়া ধন
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধনে মোৰ অ’
যাউতিযুগীয়া ধন।
বুজা-নুবুজাৰে 
হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন।
বুজা-নুবুজাৰে 
হাঁহি কান্দোনেৰে
জীৱনত পাতিলা মেলা মোৰ অ’
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
প্ৰাণতে দিলা মোক 
মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ
যাউতিযুগীয়া ধনে মোৰ অ’।
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধন।
যাউতিযুগীয়া ধন।


Download Link: Jauti Jugiya (যাউতিযুগীয়া) | Lyrics In Assamese | Jyoti Prasad Agarwala

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form