Junaki Poruwa Lyrics | জোনাকী পৰুৱা | Bhupen Hazarika

Song: Junaki Poruwa (জোনাকী পৰুৱা)

Singer: Bhupen Hazarika

Junaki Poruwa Lyrics
Junaki Poruwa Lyrics

Junaki Poruwa Lyrics:—

জোনাকী পৰুৱাৰ পোহৰ পোহৰে;

প্ৰতিভা বৰুৱাই অকলে আগুৱাই।


এখুজি দুখুজি,

লাজুকী গতিৰে

হৰিণী লেখিয়া,

থমকি কিয় ৰয়?


সিফালৰ পৰা সৌ

দিগন্ত ওলালে

প্ৰতিভাই আৱেগত

সাবটি ধৰিলে,

লাজতে মৰহি যায়।


প্ৰতিভা বৰুৱাই, আমালৈতো নাচায়

বন্ধু বʼলাঁ যাঁ, আপোন ঘৰলৈ

কি হʼব গীটাৰ বজাই।


অʼ জোনাকী পৰুৱাৰ

পোহৰে পোহৰে

দিগন্ত প্ৰতিভা

ৰঙতে আগুৱায়।

Download Link: Junaki Poruwa Lyrics | জোনাকী পৰুৱা | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form