Ki Maya Jorire (কি মায়া জৰীৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Ki Maya Jorire (কি মায়া জৰীৰে)

Singer: Bhupen Hazarika

Ki Maya Jorire Lyrics
Ki Maya Jorire Lyrics

Ki Maya Jorire Lyrics:—-

কি মায়া জৰীৰে বান্ধিলা গোঁসাই ঐ
হেৰালে চেতনা গাৰ
মৰিচিকা খেদি ভাগৰি পৰিছোঁ
একোৰে পোৱা নাই পাৰ।
সমাজখন ভুৱাৰে ভৰি গ’ল
মানুহে মানুহক নিচিনা হ’ল
বৰ ঘৰ মজিয়াত ফেঁটী-গোম সোমালে
সঁচা মানৱতা কেনিবা লুকালে
মৰণেও ল’লে আঁৰ।
সুনীতিৰ আসনত অনীতি বহিছে
ধৰমৰ খুঁটিও সঘনে লৰিছে
চিনাকী আলহীয়ে গিৰিহঁত সাজিছে
ঘৰৰে ধন-বিত হেলাৰঙে লুটিছে
কোনেও পোৱা নাই সাৰ।
কোনেও পোৱা নাই সাৰ |

Download Link: Ki Maya Jorire (কি মায়া জৰীৰে) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form