Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics | Angaraag Mahanta ( Papon)

Song: Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) 

Singer: Angaraag Mahanta ( Papon)


Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) – Lyrics:—

ফাগুণৰে পছোৱা বাঁ অ’…..

মন মোৰ উৰি গুচি যায়,


কিজানো পায়ো হেৰুৱায়,

মন মোৰ উৰি গুচি যায়,

কিজানো পায়ো হেৰুৱায়,

ফাগুণৰে উৰণীয়া বা,

অ’ আলসুৱা কঁহুৱাৰে ছাঁ;

পলাশৰ ৰঙা ৰঙা ফুলে,

কাণে কাণে যি কথানো ক’লে,

জাকি মাৰি উৰা পক্ষী জাকে,

আকাশৰ আন্ধাৰে-জোনাকে,

কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু

ক’ব পাৰিবনে সেই কথা;

আজি কিয় বাৰে বাৰে,

মনে যে মোৰ বিছাৰে,

আঁচলৰে বা জুৰণীয়া,

আজি যে উদাসী সন্ধিয়া,

অ’ ফাগুণৰে বাউলি বা,

লৈ যা মোক লৈ যা,

ফাগুণৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ,

মন মোৰ উৰি গুচি যায়,

কিজানো পায়ো হেৰুৱায়,

মন মোৰ উৰি গুচি যায়,

কিজানো পায়ো হেৰুৱায়,

ফাগুণৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ,

ফাগুণৰে উৰণীয়া বা

অ’ আলসুৱা কঁহুৱাৰে ছাঁ,

ফাগুণৰে উৰণীয়া বা ৷

Download Link: Mon Mur Uri Gusi Jai (মন মোৰ উৰি গুচি যায়) - Lyrics | Angaraag Mahanta ( Papon)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form