Nistobdho Nishar Lyrics | নিস্তব্ধ নিশাৰ | Angaraag Mahanta | Papon

Song: Nistobdho Nishar (নিস্তব্ধ নিশাৰ)

Singer: Angaraag Mahanta

Nistobdho Nishar Lyrics
Nistobdho Nishar Lyrics

Nistobdho Nishar Lyrics:—

নিস্তব্ধ নিশাৰ জিলিয়ে মোক

ৰাতিপুৱালে লগ দিলে,
আকৌ এবাৰ উভটি চালো যে মই
ইমান অকলশৰীয়া,
আ আ আ….

কত সঁচা জীৱনৰ

মিছা হৈ পৰিছে,
একেবোৰ মিছাকে লৈ
সঁচাকৈ হাঁহিছে,
কত সঁচা জীৱনৰ
মিছা হৈ পৰিছে,
একেবোৰ মিছাকে লৈ
সঁচাকৈ হাঁহিছে,
জানো কেতিয়া পুৱাব এই ৰাতি
পৃথিৱীৰ এই দীঘল ৰাতি
পোহৰ বিছাৰি ৰওঁ;

বুজিব নোৱাৰা সকলো নিয়ম-নীতি

নিজেই আদৰি আজি
হাঁহো-কান্দো নিজম ৰাতি;

কেতিয়া জানো আঁতৰিব

এই মনৰ কুঁৱলি,
জানো কেতিয়াবা আমি দেখিম
দূৰণিৰ সকলো মন
সকলোৰে মনবোৰ যেন
আজি মুক্ত হয় ৷

Download Link: Nistobdho Nishar Lyrics | নিস্তব্ধ নিশাৰ | Angaraag Mahanta | Papon

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form