Thakim Tumar Hote Lyrics | Meghali Borokha & Jay Nirvan

Song: Thakim Tumar Hote (থাকিম তোমাৰ স’তে)

Singer: Meghali Borokha & Jay Nirvan

Thakim Tumar Hote Lyrics
Thakim Tumar Hote Lyrics

Thakim Tumar Hote Lyrics:—

অ…. অ…..

দুটি জীৱনৰে
এখনি তুলুঙা নাওঁ
তুমি য’তেই যোৱা
মইয়ো লগতে যাওঁ
আমি সজালোঁ 
চকুতে চকু থৈ
সপোন এটি
তাতেই তুমি মই

তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে

তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে

জান ঐ… জান
জান ঐ… জান
জান ঐ… জান
জান ঐ… জান

থাকিম তোমাৰ স’তে
সুখত মৰিলেও ভোকত
সেইয়া মানি লম
বান্ধিম প্ৰেমৰ এনাজৰী
দুহাত ধৰি ধৰি
বুঢ়া-বুঢ়ী হ’ম

তুমিও আছা সেয়ে আছোঁ
তোমাৰ আৰু মোৰ
এখনেই হৃদয়

তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে

তোমালৈ মৰম জাগে
তোমালৈ চেনেহ জাগে
তোমাক পালে সচাঁকৈ
একোৱেই চোন নালাগে

জান ঐ… জান
জান ঐ… জান
জান ঐ… জান
জান ঐ… জান

Download Link: Thakim Tumar Hote Lyrics | Meghali Borokha & Jay Nirvan

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form