Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics | Angaraag Mahanta

Song Name: Jonake Bisare Ki (জোনাকে বিচাৰে কি)Singer: Angaraag Mahatnta



Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics:::
জোনাকে বিচাৰে কি,
ফাগুনী বতাহে সোৱৰাই কি,
তোমাকে তোমাকে তোমাকে তোমাকে,
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি …..

দোকমোকালি পুৱা কুলিৰ বিননি,
বেদনাই আহি দুচকু তিয়ায়,
ডাৱৰে আৱৰে সপোন মোৰ,
বতাহে নিলে উৰুৱাই,
জোনাকে বিচাৰে কি…..
জোনাকৰ ৰাতি তিৰবিৰ তৰাই,
কিনো মায়া সানে দুচকু জুৰি,
মন মোৰ উৰি যায় দুৰণিলৈ,
আপোন গাঁওৰ পদুলিলৈ,
ফাগুনী বতাহে সোৱৰাই কি,
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিচাৰে কি…

Download Link: Jonake Bisare Ki (জোনাকে বিচাৰে কি ) Lyrics | Angaraag Mahanta

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form