Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি) Lyrics | Zubeen Garg

Song Name: Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি)
Singer: Zubeen Garg
Movie Name: Daag


Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি) Lyrics:-


মনলৈ উভতি আহে ল’ৰালি,
তোৰে মোৰে এটি এটি ধেমালি,
আছিলো তোৰে মৰমত খেলি,
মোৰো ভাল লাগে তাকে সোৱৰি,
অ অ … মনলৈ উভতি আহে ল’ৰালি,
তোৰে মোৰে এটি এটি ধেমালি……

তোকে লৈ দেখো ম‍ই মোৰ বুকুৰে এটি এটি সপোন,
আৱেগে উপচে ত‍ইয়ে তো মোৰ আশাৰে জোন,
ম‍ইও দেখো সপোন দিনে ৰাতিয়ে চোন প্ৰাইয়ে আজি কালি,
ল’ৰালি আজিও চোন আতৰা নাই,
কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই,
অ অ … মনলৈ উভতি আহে ল’ৰালি,
তোৰে মোৰে এটি এটি ধেমালি……
কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে,
কথা দিলো আজি আনিমে আযুৰি তোৰে সপোনকে,
আগলৈ হ’বি ত‍ই মোৰ পৰিচয়,
আৰু লাগিছে নো কি,
মোৰো মন তোলৈকে আনিম এজনী,
বহুতৰ মাজৰ পৰা বাছি বাছি,
ক‍ইনা সাজে আহিব নবৌজনী,
মানুহে মানুহ ভৰিব ৰভাথলী,
অ অ … মনলৈ উভতি আহে ল’ৰালি,
তোৰে মোৰে এটি এটি ধেমালি……

Download Link: Monoloi Ubhoti Ahe Lorali (মনলৈ উভতি আহে ল’ৰালি) Lyrics | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form