Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা) Assamese Lyrics | Tarun Tanmoy | Jinti Das

Song Name: Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা)
Singer Name: Tarun Tanmoy & Jinti Das

Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা) Lyrics:–

তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা….
তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা….
তুমি মোৰ বুকুতে ৰলাহি,
তুমি মোক মৰম দিলাহি,
তুমি মোৰ বুকতে ৰলাহি ,
বহু মৰম মোক জাচিলাঁহি….
তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা….
মৰম বাঢ়ে জৌৱন বেলাত,
বুকুতে… উঠলি,
মৰমেনো কি জানে,
প্ৰণয়ৰে…. নিয়তি,
মৰম বাঢ়ে ঘনে ঘনে ,
বাগৰে…. নিগৰি,
মৰমেনো কি বিচাৰে,
কোনে… দিব বুজনি….
তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা….
হৃদয়ৰে দুৱাৰ খুলি,
ৰাখিছো মই নিৰলে,
সময়ৰে সোঁতত আহি,
হোমালাহি বুকুতে…..
অ….. নেদেখাকৈ সপোনতে,
দেখিলোঁ মই তোমাকে,
কিনো জাগিল বহু মৰম,
হঠাতে তোমালে….
তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা….
তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা…..
তুমি মোৰ বুকুতে ৰলাহি,
তুমি মোক মৰম দিলাহি,
তুমি মোৰ বুকতে ৰলাহি ,
বহু মৰম মোক জাচিলাঁহি,
তুমি জিলিকী জিলিকী থকা,
সৌ দূৰ আকাশৰ তৰা,
তুমি এখনি ধুনীয়া ছবি,
মই গোপনে গোপনে অকা…..

Download Link: Tumi Jiliki Jiliki Thoka (তুমি জিলিকী জিলিকী থকা) Assamese Lyrics | Tarun Tanmoy | Jinti Das

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form