শিৱই দুগু দুগু ডম্বৰু বজায় Lyrics – Kalpana Patowary

featured image

শিৱই দুগু দুগু ডম্বৰু বজায় Lyrics by Kalpana Patowary is a newly released Assamese devotional (Bhakti) (Assamese Kamrupi Lokgeet on Lord Shiva) song music also given by Kalpana Patowary. The latest song শিৱই দুগু দুগু ডম্বৰু বজায় lyrics are written by Bipin Patowary.

শিৱই দুগু দুগু ডম্বৰু বজায় Song Details:

Song: শিৱই দুগু দুগু ডম্বৰু বজায়
Singer(s): Kalpana Patowary
Musician(s): Kalpana Patowary
Written by: Bipin Patowary
Label(©): Kalpana Patowary

শিৱই দুগু দুগু ডম্বৰু বজায় Lyrics

শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়
শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়

মাঠাত আছে সৰ্পৰ ফোনা শিৱ জটা ধাৰী
মাঠাত আছে সৰ্পৰ ফোনা শিৱ জটা ধাৰী
গলে শোভা কৰে প্ৰভুৰ
গলে শোভা কৰে প্ৰভুৰ অহি লম্মা দাড়ি
শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়

কপালতে শোভা কৰে অৰ্দ্ধ চন্দ্ৰ কলা
কপালতে শোভা কৰে অৰ্দ্ধ চন্দ্ৰ কলা
বঙ্গে শোভা কৰে প্ৰভুৰ
বঙ্গে শোভা কৰে প্ৰভুৰ নৰ মুন্দ মালা
শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়

কঙ্কলে বাঘৰ চাল গাৱে ভষ্ম ধুলি
কঙ্কলে বাঘৰ চাল গাৱে ভষ্ম ধুলি
চকু দুটা ডাঙৰ ডাঙৰ
চকু দুটা ডাঙৰ ডাঙৰ পেটতু ভাঙ্গা দুলি
শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়

বাইছটা ঢেকী ভাঙুৰ তেইশখান কুলা
দিনে ৰাতি খুন্দি মাৰে জইটা ভাঙৰ গুৰা
শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়

কৰে শোভা কৰে প্ৰভুৰ ত্ৰিত্তল দম্বৰু
বৃষভে চৰিয়া ফুৰে জগতৰে গুৰু
শিৱই দুগু দুগু দুগু দুগু ডম্বৰু বজায়

শিৱই দুগু দুগু ডম্বৰু বজায় Song Video

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form