Trending

Nilim Aakash Lyrics – Zubeen Garg

featured image

Nilim Aakash Lyrics by Zubeen Garg is a newly released Assamese song music also given by Zubeen Garg. The latest song Nilim Aakash lyrics are written by Zubeen Garg.

Nilim Aakash Song Details:

Song: Nilim Aakash
Singer(s): Zubeen Garg
Musician(s): Zubeen Garg
Written by: Zubeen Garg
Label(©): DIGI Music

Nilim Aakash Lyrics

নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে
এজাক জোনাকী জিল-মিল
সপোন সপোন লাগিছে
নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে
এজাক জোনাকী জিল-মিল
সপোন সপোন লাগিছে
নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে

পাৰহৈ যোৱা বহুতো নিশা
আৰু বহুতো জোনাক
তাৰেই মাজত পাইছিলো মই
হিয়াৰ মৰম তোমাক
পাৰহৈ যোৱা বহুতো নিশা
আৰু বহুতো জোনাক
তাৰেই মাজত পাইছিলো মই
হিয়াৰ মৰম তোমাক

নিৰিবিলি জ্বলা জোনটি
তোমাৰ কথা সুধিছে
এজাক জোনাকী জিল-মিল
সপোন সপোন লাগিছে
নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে
এজাক জোনাকী জিল-মিল
সপোন সপোন লাগিছে

নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে
এজাক জোনাকী জিল-মিল
সপোন সপোন লাগিছে
নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে
এজাক জোনাকী জিল-মিল
সপোন সপোন লাগিছে
নীলিম আকাশ তিৰ-বিৰ
অলেখ তৰা জ্বলিছে

Nilim Aakash Song Video

Hope You Liked the Post, If You Found Mistakes in the Lyrics “Nilim Aakash Lyrics – Zubeen Garg” kindly Submit Us With the Correct Nilim Aakash Lyrics – Zubeen Garg Song! Thanks for visiting us!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form