বগা ফোট দি যা Bogoli Boga Phut Lyrics – Nilotpal Bora |

featured image

Bogoli Boga Phut Lyrics, sung by Nilutpal Borah. The Lyrics in Assamese written by Nabakanta Barua. Music by Writuraj Gogoi. The song is originally sung & composed by Dr. Birendranath Dutta.

Song Details

Song: Bogoli Boga Phut Di Ja
Singer: Nilutpal Borah
Original Singer: Dr Birendranath Dutta
Composer: Dr Birendranath Dutta
Lyrics: Nabakanta Barua
Music: Writuraj Gogoi
Label: Nilotpal Bora SOUNDSCAPE

Bogoli Boga Phut Lyrics In Assamese

বগলী ,বগা ফোট দি যা
বগলী এ বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী ,বগা ফোট দি যা

ৰঙা ফোট নেলাগে সেন্দূ ৰৰ
ক’লা ফোট নেলাগে এন্ধাৰৰ
দি যা শুকুলা ফোট
গোসাঁইৰে কপালৰ চন্দন পোহৰৰ ফোট
অ’ দি যা শুকুলা ফোট ।

বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা
বগা ফোট দি যা
বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা

বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা

পূৱাৰে বেলিয়ে আকাশৰ কপালত
সোণোৱালী ফোট দিলে
ৰাতিৰ হাতীপটি আকাশৰ সেওঁতাত
ৰূপালী ৰেখা আঁকিলে

পূৱাৰে বেলিয়ে আকাশৰ কপালত
সোণোৱালী ফোট দিলে
পলাশ মদাৰৰে ৰঙা ফোট পিন্ধালে
জাৰণিৰ কুঁৱৰীজনী
ফুলনিৰ অকণি ভনীয়ে পিন্ধালে
পখৰা চিখৰা মণি

বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা
বগা ফোট দি যা
বগলী এ বগা ফোট দি যা ,
বগা ফোট দি যা

বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা

সৰিলে শেৱালি শুকালে কঁহুৱা
তগৰেও বুলিলে যাওঁ
তগৰেও বুলিলে যাওঁ
গোসাঁইৰে কপালখনি উকা থাকিবনে
বগা ফোট ক’তেনো পাওঁ

অ’ সেয়েহে বগলী বগী ধকেধকী
আমাৰে কথাটো শুনি যা
শ্যাম বৰণীয়া কপালখন ধুনীয়া
তাতে তই বগা ফোট দিযা
তাতে তই বগা ফোট দিযা

বগলী এ বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা
বগলী বগা ফোট দি যা

ৰঙা ফোট নেলাগে সেন্দূ ৰৰ
ক’লা ফোট নেলাগে এন্ধাৰৰ
দি যা শুকুলা ফোট
গোসাঁইৰে কপালৰ চন্দন পোহৰৰ ফোট
অ’ দি যা শুকুলা ফোট ।

Music Video Of Bogoli Boga Phut Lyrics

[crp]

We Hope You Liked the বগা ফোট দি যা Bogoli Boga Phut Lyrics – Nilotpal Bora |, If You Found Mistakes in the Lyrics “বগা ফোট দি যা Bogoli Boga Phut Lyrics – Nilotpal Bora |” kindly Submit Us With the Correct বগা ফোট দি যা Bogoli Boga Phut Lyrics – Nilotpal Bora | Song! Thanks for visiting our Lyrics App!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form