প্ৰীয়তমা Priyotoma Lyrics – Zubeen Garg & Gayatri Mahanta |

featured image

Priyotoma Lyrics, sung by Zubeen Garg & Gayatri Mahanta. Lyrics penned by Abhijit Bhattacharjya & Ajoy Phukan. Music Directed by Ajoy Phukan Music. Assamese Theatre Song Bordoisila Theatre 2018-19.

Song Details

  • Song – Priyotoma
  • Singer – Zubeen Garg & Gayatri Mahanta
  • Lyrics – Abhijit Bhattacharjya, Ajoy Phukan
  • Music Director – Ajoy Phukan
  • Music Producer – Palash Gogoi
  • Label: AC MULTIMEDIA

Priyotoma Lyrics In Assamese

(গুন গুন কাণে কাণে প্ৰীয়াৰে গান
গুণ গুণ গানে গানে নাচিছে প্ৰাণ
চুন চুন চুন চুন বুকুযে উমান
তেজে তেজে লাজৰে অভিমান)

প্ৰীয়তমা প্ৰীয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ’ম চকুত
জোন হৈ জ্বলি ৰ’ম চকুত

প্ৰীয়তমা প্ৰীয়তমা মৰম এধানি লোৱানা
ফুল হৈ ফুলি ৰ’ম বুকুত
ফুল হৈ ফুলি ৰ’ম বুকুত

প্ৰীয়তমা প্ৰীয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ’ম চকুত
প্ৰীয়তমা প্ৰীয়তমা মৰম এধানি লোৱানা
ফুল হৈ ফুলি ৰ’ম বুকুত

তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন
প্ৰীয়তমা প্ৰীয়তমা এবাৰ চাই দিয়ানা
জোন হৈ জ্বলি ৰ’ম চকুত
জোন হৈ জ্বলি ৰ’ম চকুত

প্ৰীয়তমা প্ৰীয়তমা এসাগৰ মৰম লোৱানা
ঢৌ হৈ খেলি ৰ’ম বুকুত
ঢৌ হৈ খেলি ৰ’ম বুকুত

(ৰিমঝিম ৰিমঝিম প্ৰেমৰে টোপাল
শিৰে শিৰে বাঢ়ি আহে প্ৰেমৰে উজাল
হুম হুম হুম হুম কপিচে কাণ
মৰমত তিতিছে হিয়াৰে ৰুমাল)

উৰুৱাই দিয়া প্ৰেমৰে আচল
লিখিযাম তাতে মৰমৰে আখৰ
লিখিযাম তাতে ভালপোৱাৰে আখৰ

উৰুৱাই দিয়া প্ৰেমৰে আচল
লিখিযাম তাতে মৰমৰে আখৰ
লিখিযাম তাতে ভালপোৱাৰে আখৰ

তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন

প্ৰীয়তমা প্ৰীয়তমা এবাৰ চাই দিয়ানা
জোন হৈ জ্বলি ৰ’ম চকুত
জোন হৈ জ্বলি ৰ’ম চকুত

প্ৰীয়তমা প্ৰীয়তমা এসাগৰ মৰম লোৱানা
ঢৌ হৈ খেলি ৰ’ম বুকুত
ঢৌ হৈ খেলি ৰ’ম বুকুত

(গুন গুন কাণে কাণে প্ৰীয়াৰে গান
গুণ গুণ গানে গানে নাচিছে প্ৰাণ
চুন চুন চুন চুন বুকুযে উমান
তেজে তেজে লাজৰে অভিমান)

মন ময়ুৰি হোৱাৰ কলিজাৰে পজাত
তুমি মই এটি হ’ম মিঠা মিঠা কল্পনাত
তুমি মই আমি হ’ম সপোনৰে মায়াত

মন ময়ুৰি হোৱাৰ কলিজাৰে পজাত
তুমি মই এটি হ’ম মিঠা মিঠা কল্পনাত
তুমি মই আমি হ’ম সপোনৰে মায়াত

তুমি তুমি যেন লাগে নিলিমাৰে সপোন
জুমি জুমি চাঁও মই হিয়াৰে দাপোন

প্ৰীয়তমা প্ৰীয়তমা এবাৰ হাঁহি দিয়ানা
জোন হৈ জ্বলি ৰ’ম চকুত
জোন হৈ জ্বলি ৰ’ম চকুত

প্ৰীয়তমা প্ৰীয়তমা মৰম অকন দিয়ানা
ফুল হৈ ফুলি ৰ’ম বুকুত
ফুল হৈ ফুলি ৰ’ম বুকুত…

Music Video Of Priyotoma Song

We Hope You Liked the প্ৰীয়তমা Priyotoma Lyrics – Zubeen Garg & Gayatri Mahanta |, If You Found Mistakes in the Lyrics “প্ৰীয়তমা Priyotoma Lyrics – Zubeen Garg & Gayatri Mahanta |” kindly Submit Us With the Correct প্ৰীয়তমা Priyotoma Lyrics – Zubeen Garg & Gayatri Mahanta | Song! Thanks for visiting our Lyrics App!

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form