Aashinayang Maane Ki Lyrics

Aashinayang Maane Ki Lyrics



Song: Aashinayang Maane Ki

Singer: Zubeen Garg & Bornali kalita

Film: Junbai

Aashinayang Maane Ki Lyrics

আচিনায়াং মানে কি অ’ মৰমী 

আচিনায়াং মানে হ’ল বুকুৰে মৰম

তুমি যদি বুজি পোৱা মোৰে চেনাইটি

আইপ মেনাং মানে কি অ’ মৰমী 

আইপ মেনাং মানে হ’ল তোমাকে ভাল পাওঁ

লুইতে দি উজা্য়ে মই তোমালৈয়ে যাওঁ

ঘুনা সুতিৰে পাৰত বহি মোৰ জংকি পানৈৰ

কথা শুনিবৰ মন যায়

থাকিবা নে সঁচাকৈ মোৰ কনেংঐ

মই আহিমে বুলি তুমি বাটে চায়…….(2X)

ফাগুনত আহিবা লিগাং চাবলৈ

ৰগালীৰ বিগাচেং গাতে ল’বলৈ……..(2X)

আচিনায়াং মানে কি অ’ মৰমী

(আচিনা্য়াং মানে হ’ল বুকুৰে মৰম

তুমি যদি বুজি পোৱা মোৰে চেনাইটি………(2X)

AssameseLyrics.com

ঐনিতম এটি হৈ মোৰ কনেংঐ

বাজি থাকিবা তুমি মোৰে বুকুত ঐ

পাহৰিব নোৱাৰিম মই সঁচাকৈ

ৰাগি আপংৰ লাগিছে বেয়াকৈ………(2X)

মৰমৰ চিলনী  সাঁতোৰ দিবলে

আহিবা চেনাই ঐ মোৰে লগতে

আচিনায়াং মানে কি অ’ মৰমী………..(2X)

আচিনায়াং মানে হ’ল বুকুৰে মৰম

তুমি যদি বুজা পোৱা মোৰে চেনাইটি……..(2X)

Download Link: Aashinayang Maane Ki Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form