Dino Doyal - Kalpana Patowary | Ulta Desher Palta kotha

featured image
Song: Dino Doyal
Vocals: Kalpana Patowary
Album: Ulta Desher Palta Kotha

(Music)…

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

আৰে উল্টা দেশৰ পাল্টা কথা
উল্টে কাটে চুঙা
হে উল্টা দেশৰ পাল্টা কথা
উল্টে কাটে চুঙা হে

হাঁহে শিয়ালক খেদে
আৰে হে হাঁহে শিয়ালক খেদে
কুকুৰে পাৰে ডিমা

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

হে শালিকা কৰে কেলেং কেচেং
মইনা মৰা লক্ষ্মী
আৰে শালিকা কৰে কেলেং কেচেং
মইনা মৰা লক্ষ্মী

অ মাছৰ খখত ডুবিয়াই মৰে
অ মাছৰ খখত ডুবিয়াই মৰে
পানী কাউৰী পক্ষী

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

হে হালত মৰিল হাউলা গৰু
গলিত মৰিল গাই
আৰে হালত মৰিল হাউলা গৰু
গলিত মৰিল গাই
আৰে নদীৰ ঘাটত দামৰ মৰিল
আৰে নদীৰ ঘাটত দামৰ মৰিল
তাপীলা ঠেক্সা খাই

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

(Music)…

আৰে হাঁহে কৰে ভেও ভেও
কুকুৰে পাৰে ডিমা
আৰে হাঁহে কৰে ভেও ভেও
কুকুৰে পাৰে ডিমা
আৰে তিৰি মানুহে লেংটি মাৰে
হে তিৰি মানুহে লেংটি মাৰে
বাহাদুৰিৰ নাই সীমা

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

(Music)…

হে আমৰ গাছত জাম লাগে
জামৰ গাছত বেল
হে আমৰ গাছত জাম লাগে
জামৰ গাছত বেল
বেহাৰৰ কৰে ডালি দোলা
বেহাৰৰ কৰে ডালি দোলা
মাহৰ কৰে তেল

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

এ এইসমত সৰস্বতী
ছাগলে গিলিলা হাতী
এ এইসমত সৰস্বতী
ছাগলে গিলিলা হাতী
এ এন্দুৰে যে বিৰাল ধৰি
আৰে এন্দুৰে যে বিৰাল ধৰি খাই

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

এ উল্টা দেশেৰ পাল্টা কথা
কিমান কম ভাই
আৰে উল্টা দেশেৰ পাল্টা কথা
কিমান কম ভাই

আৰে হৰিৰ নাম বিনে
হৰিৰ নাম বিনে
গতি নাই আৰ

দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ
দিনো দয়াল কৰোঁনা মই
ৰাম নাৰায়ণ

(Music)…

Download Link: Dino Doyal - Kalpana Patowary | Ulta Desher Palta kotha

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form