Priti Bhora - Gitali

featured image
প্ৰীতি ভৰা

(Music)…

প্ৰীতি ভৰা সপোনৰে গাঁথা
শুনাচোন এবাৰ আহি,
তুমি মই একে হৈ ওমলিম
সোণালী এই পৃথিৱীত ।

আৱেগৰে পছোৱা বুকুতে বলিছে
জনম জনম মোৰে হোৱা,
হেঁপাহো জাগিছে বুকুতে

প্ৰীতি ভৰা সপোনৰে গাঁথা
শুনাচোন এবাৰ আহি!

(Music)…

যদি তুমি মোৰ হোৱা
আঁউসীও জোনাকে ভৰা,
নীলা ধকা হাঁহিচাটি
বাউলি মন চুমি যোৱা ।

আৱেগৰে পছোৱা বুকুতে বলিছে
জনম জনম মোৰে হোৱা
হেঁপাহো জাগিছে বুকুতে!!

প্ৰীতি ভৰা সপোনৰে গাঁথা
শুনাচোন এবাৰ আহি!!

(Music)…

ধীৰে ধীৰে বাঢ়ি আহে
মিলনৰে বাসনা,
দুগালতে তুমি আহি
সানি দিয়া ৰঙ সেন্দুৰীয়া।

আৱেগৰে পছোৱা বুকুতে বলিছে
জনম জনম মোৰে হোৱা
হেঁপাহো জাগিছে বুকুতে।

প্ৰীতি ভৰা সপোনৰে গাঁথা
শুনাচোন এবাৰ আহি ।।

(Music)…

Download Link: Priti Bhora - Gitali

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form