Hula Bhai Mula Lyrics (হোলা ভাই মোলা)


Song: Hula Bhai Mula

Singe: Rakesh Reeyan

Hula Bhai Mula Lyrics


দুৰ পাহাৰ গোলাপী 

দেখিবলৈ শুৱনি 

খলা বমা ওচৰৰ পৰা 

মৰম দিছোঁ উজাৰি 

লৈ আকৌ নকবি 

ভিতৰিনো ঘূণে ধৰা 

দুৰ পাহাৰ গোলাপী 

দেখিবলৈ শুৱনি 

খলা বমা ওচৰৰ পৰা 

মৰম দিছোঁ উজাৰি 

লৈ আকৌ নকবি 

ভিতৰিনো ঘূণে ধৰা

তই আকৌ লনি কামে কাজে গুণী 

বুকুতেনো ললিহি ঠাই 

মৰম লগাই মৰম লগাই

পগলা নকৰিবি 

হোলা ভাই মোলা পাই 

হোলা ভাই মোলা পাই মোক 

AssameseLyrical.com

মন ফুলনিত

অ মৰম মালা গঠিছোঁ

ৰং বিৰঙৰ 

এটি দুটি সপোন আকিছোঁ 

কিনো ভাবনা যে 

ভাবি ভালেই লাগে 

কপাহী কোমল 

কলিজাতে লৈয়ে 

তই আকৌ লনি কামে কাজে গুণী 

বুকুতেনো ললিহি ঠাই 

মৰম লগাই মৰম লগাই

পগলা নকৰিবি 

হোলা ভাই মোলা পাই 

হোলা ভাই মোলা পাই মোক 

চাউল চালি লবি হাই অ ঐ হাই ঐ

চুৰুক চুৰুক কৰি হাই ঐ

ধানো বাছি লবি হাই ঐ 

খালে যাতে পেটলে নাযায়

সময়ৰ টিকনি হাই ঐ হাই ঐ 

আগলৈ উৰিব হাই ঐ 

মনতে ৰাখিবি হাই ঐ 

আছোঁ তুলৈ বাতেনো চাই

 

তই আকৌ লনি কামে কাজে গুণী 

বুকুতেনো ললিহি ঠাই 

মৰম লগাই মৰম লগাই

পগলা নকৰিবি 

হোলা ভাই মোলা পাই 

হোলা ভাই মোলা পাই মোক 

হোলা ভাই মোলা পাই 

হোলা ভাই মোলা পাই মোক

Download Link: Hula Bhai Mula Lyrics (হোলা ভাই মোলা)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form