Moromere Suwana Lyrics (মৰমেৰে চোৱানা)


Song: Moromere Suwana 

Singer: Rakesh Reeyan

Moromere Suwana Lyrics

মৰমেৰে চোৱানা, হিয়া জুৰ পৰাকৈ

কাষৰলৈ আহানা, আছোঁ ৰৈ তোমালৈ

মন উৰি – উৰি বাৰে – বাৰে তোমালে যায়

তুমি নজনাকে বুকুতে ললাহি ঠাই

মোৰ হৈ ৰোৱানা, সদায়ে কাষত

সাৱতি ৰাখিমে বুকুৰে মাজত

মৰমেৰে চোৱানা, হিয়া জুৰ পৰাকৈ

কাষৰলৈ আহানা, আছোঁ ৰৈ তোমালৈ

AssameseLyrical.com

দুচকুৰে মোক কিনো দিলা কৈ

অবুজ মনৰ ভাষা

উলাহতে মন তোমাতে মগন

জাগে বহু আশা

দুচকুৰে মোক কিনো দিলা কৈ

অবুজ মনৰ ভাষা

উলাহতে মন তোমাতে মগন

জাগে বহু আশা

তুমি মায়া বিনি মৰতৰে সপোন পৰি

মন কাঢ়ি নিলা মৰমৰে যাদু কৰি

মোৰ হৈ ৰোৱানা, সদায়ে কাষত

সাৱতি ৰাখিমে বুকুৰে মাজত

মৰমেৰে চোৱানা, হিয়া জুৰ পৰাকৈ

কাষৰলৈ আহানা, আছোঁ ৰৈ তোমালৈ

Download Link: Moromere Suwana Lyrics (মৰমেৰে চোৱানা)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form