Janam Janam Lyrics (জনম জনম)

Song: Janam Janam

Singer: Zubeen Garg, Priyanka Bharali

Janam Janam Lyrics


জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম



যুগে যুগে বৈ যাব প্ৰেমৰ নদী

পৃথিবী হৈ ৰব আমাৰ সাক্ষী

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম



পাহাৰে ভৈয়ামে গাব

 আমাৰ প্ৰেমৰ

আকাশে বতাহে নাছিব

সেই সুৰত

পাহাৰে ভৈয়ামে গাব

 আমাৰ প্ৰেমৰ

আকাশে বতাহে নাছিব

সেই সুৰত..


AssameseLyrical.com

যুগে যুগে বৈ যাব প্ৰেমৰ নদী

পৃথিবী হৈ ৰব আমাৰ সাক্ষী

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম

জোন তৰা হৈ জিলিকিব

মৰম আমাৰ

প্ৰকৃতিৰ কৈ যাব

মিলন হিয়াৰ



জোন তৰা হৈ জিলিকিব

মৰম আমাৰ

প্ৰকৃতিৰ কৈ যাব

মিলন হিয়াৰ



যুগে যুগে বৈ যাব প্ৰেমৰ নদী

পৃথিবী হৈ ৰব আমাৰ সাক্ষী

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম

জনম জনম তোমাৰে হৈ ৰম

কচম কচম তোমাৰেই কচম

Download Link: Janam Janam Lyrics (জনম জনম)

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form