Moloya Baideu - Achurjya Barpatra | Album- TORALI 2019

featured image
Album- TORALI 2019
Song- MOLOYA BAIDEO
Singer &Music – ACHURJYA BORPATRA

(ইফালে নেছো নাই
অ কেনি গল নাজানোঁ
সিফালে নেছো নাই
অ কেনি গল নাজানোঁ)

আজি কালি গাঁওত কিন্তু নেদেখোঁ
(কেনি গল নাজানোঁ)
চহৰলে গল বুলি শুনিছোঁ
(কেনি গল নাজানোঁ)
আজি কালি গাঁওত কিন্তু নেদেখোঁ
(কেনি গল নাজানোঁ)
তাই চহৰলে গল বুলি শুনিছোঁ
(কেনি গল নাজানোঁ)

পিছে যি হল হল ভালেই হল
গাঁওৰ লৰা কেইটা বাছি গল
যি হল হল ভালেই হল
গাঁওৰ লৰা কেইটা বাছি গল

মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল ঐ
অ ‘ নেৰিবা

(Music)…

তাই বাল্মীকি আছিলে, আমাৰে গাঁৱৰে
বহুতৰ লগত বহু ৰামায়ণ
ৰচনা কৰিলে
তাই বাল্মীকি আছিলে, আমাৰে গাঁৱৰে
বহুতৰ লগত বহু ৰামায়ণ
ৰচনা কৰিলে

পিছে যি হল হল ভালেই হল
গাঁওৰ লৰা কেইটা বাছি গল
যি হল হল ভালেই হল
গাঁওৰ লৰা কেইটা বাছি গল

মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল ঐ
অ নেৰিবা

(Music)…

দেওবাৰে নামঘৰত মিটিং হল
তিনিআলিৰ ল’ৰাবোৰ আহি গল
এ দেওবাৰে নামঘৰত মিটিং হল
তিনিআলিৰ লৰাবোৰ আহি গল

ইটোক সুধিলুং কি পালি কি পালি
সিটোক সুধিলুং কি পালি কি পালি
মোৰ বোধেৰে তহঁতে কিন্তু
একোকে নাপালি

পিছে যি হল হল ভালেই হল
গাঁওৰ লৰা কেইটা বাছি গল
যি হল হল ভালেই হল
গাঁওৰ লৰা কেইটা বাছি গল

মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল
মলয়া বাইদেউৰ জীয়েক
হেনো পলাই গল ঐ
অ নেৰিবা

Download Link: Moloya Baideu - Achurjya Barpatra | Album- TORALI 2019

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form