Sirili Sirili | Album Rongali | Zubeen Garg | Jupitora Kakoti

featured image
Album: Joon Das’s “RONGALI”
Singer: Zubeen Garg & Jupitora Kakoti

(Music)

                   
মোৰ জান চিৰিলি চিৰিলি
মোৰ জান মন বলিয়া কৰিলি
মোৰ জান চিৰিলি চিৰিলি
মোৰ জান মন বলিয়া কৰিলি

মোৰ জান খাবও নোৱাৰো
মোৰ জান শুবও নোৱাৰো
মোৰ জান  মাথোঁ তোৰে  কথাকে
মাথোঁ তোৰে  কথাকে ভাৱো

মোৰ জান আউলি বাউলি
মোৰ জান মন নলয় বুজনি
মোৰ জান আউলি বাউলি
মোৰ জান মন নলয় বুজনি

মোৰ জান শিতানৰে গাৰুটি
মোৰ জান ভাৱনাৰে দগৰী

মোৰ জান মাথোঁ তোৰে ঐ কথাকে
মাথোঁ তোৰে ঐ কথাকে ভাৱো

(Music)…

সাগৰৰে পানী অ’ মৰম নীলা বৰণীয়া
দেহী ঐ চেনাই মোৰ মন নিচেই কুমলীয়া

দেহী ঐ মৰম মোৰ মন নিচেই কুমলীয়া
উৰণীয়া চৰাই উৰাদি উৰে মন
কিনো যৌৱনৰে উতলা বাঁহ লাগি

মোৰ জান জাৰণি জাৰণি
মোৰ জান নল বিৰিণা সাগৰি
মোৰ জান জাৰণি জাৰণি
মোৰ জান নল বিৰিণা সাগৰি

মোৰ জান আহিবি আবেলি
মোৰ জান যাচিবি এঢালি
মোৰ জান কলিজাতে মৰম
কলিজাতে মৰম সানি

মোৰ জান চলাহী চলাহী
মোৰ জান মৰম নহয় ধেমালি
মোৰ জান চলাহী চলাহী
মোৰ জান মৰম নহয় ধেমালি

মোৰ জান আদৰি আদৰি
মোৰ জান যৌৱনৰে আলহী
মোৰ জান মনৰে দাপোনত তোৰে ঐ ছবি

Download Link: Sirili Sirili | Album Rongali | Zubeen Garg | Jupitora Kakoti

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form