Morom Khujile | Gitanjali Das

featured image
Singer: Gitanjali Das
Lyrics & Tune: Chinmoy Kaushik & Joy Nirvan
Music: Bijoy Sankar

হাই ঐ মৰম
অ মৰম
অ মৰম
লাগি যায়

হাই ঐ মৰম
অ মৰম
অ মৰম

কৈ দিলো
খাটাংকৈ
কাষতে দিচাং নৈ
মই তোক নাপালে
তাতে দিম জাঁপ

অ সোণ বাখৰ ঐ
নিদিবি তাকৰকৈ
অকন মৰম দি
নচপাবি পাপ

মৰম খুজিলে
খুজিলে
হাঁই ঐ মৰম নিদিলে
হাঁই ঐ খং উঠিলে
কাঢ়ি লৈ ল’বলে জানো

খুজিলে
খুজিলে
হাঁই ঐ মৰম নিদিলে
হাঁই ঐ খং উঠিল
কাঢ়ি লৈ লবলে জানো

(Music)

মৰম মৰম লাগিছে
চেনেহ মোৰো জাগিছে

হে ৰাখিব মনে যায়
ধৰি বান্ধি কাষত
মোৰ নিচিনা কত পাবি
মই এজনী এই লাখত

ও কুমলকৈ মাত লগাম
হে শুনা হেৰা  বুলি
দুটিকৈ তিনিটি হ’ম
থাকিম মিলি জুলি

খুজিলে
খুজিলে
হাঁই ঐ মৰম নিদিলে
হাঁই ঐ খং উঠিল
কাঢ়ি লৈ লবলে জানো

খুজিলে
খুজিলে
হাঁই ঐ মৰম নিদিলে
হাঁই ঐ খং উঠিল
কাঢ়ি লৈ লবলে জানো

হে বালিতে পৰিও
বগৰি ঐ ফাটি যায়
চুটি অভিমানে
কলিজা ঐ ঢুকি পায়
নকওঁ বুলি কোৱা
কথাতেই জান ঐ মৰমৰ
ৰং লাগি যায়

ঠুনুক কৈ ভাঙিব
ঠুনুকা কলিজা
নকবি চেনাই তই
খঙত আঁতৰি যাম
মৰম কণ অকণমান
দিলেনো কিনো যায়
কৰিলে অভিমান
তথাপি বুজ নাই
জানি থ’ শুনি থ’
শিলতে লিখি ল’

কৈ দিলো
খাটাংকৈ
কাষতে দিচাং নৈ
মই তোক নাপালে
তাতে দিম জাঁপ

অ সোণ বাখৰ ঐ
নিদিবি তাকৰকৈ
অকন মৰম দি
নচপাবি পাপ

মৰম খুজিলে
খুজিলে
হাঁই ঐ মৰম নিদিলে
হাঁই ঐ খং উঠিলে
কাঢ়ি লৈ ল’বলে জানো

খুজিলে
খুজিলে
হাঁই ঐ মৰম নিদিলে
হাঁই ঐ খং উঠিল
কাঢ়ি লৈ লবলে জানো

Download Link: Morom Khujile | Gitanjali Das

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form