Nilanjana Lyrics

 

Nilanjana Lyrics


Song: Nilanjana

Singer: Papon

Lyrics: Jananjoy Saikia

Nilanjana Lyrics

নিজানৰ এটি অবুজ কোলাহলে

বান্ধি ৰাখে দুটি মন

দুচকুতে আছিলো সজাই

ভাল লগা এটি ক্ষন 

সুৰ বোৰে তাতেই  ভেজা লাগি

মৌনতা হয় উজাই

খুজি খুপি বুকুতে বহি ৰয়

কিনো বাহিন বজাই

নীলাঞ্জনা… মোৰ আকাশৰ  ফাগুন চুৱানা

এটি সুৰ পলাশৰ পৰিশৰ  জাজাবৰ…

ফাগুনৰে দুপৰিয়া

তাতে এজাক বতাহ

চিলা হৈ উৰি ফুৰা

যেন তুমাক চুমি হে যায়

বতাহত নাচে তাই

চিঙিও চিঙা নাই

ধৰাৰে অজুত আভিমান

AssameseLyrical.com

নীলাঞ্জনা… মোৰ  আকাশৰ ফাগুন হোৱানা

এটি সুৰ পলাশৰ পৰিশৰ  জাজাবৰ…

মৰমৰে দুতি পখিলা

গোলাপৰে  পাহিতে বহি

কতজে সানিচে ৰং

উলাহতে নাচে তাই

ভাগৰিও ভাগৰা নাই

অভিনয় কি যে নেজানে তাই

নিজানৰ এটি অবুজ কোলাহলে

বান্ধি ৰাখে দুটি মন

দুচকুতে আছিলো সজাই

ভাল লগা এটি ক্ষন

সুৰ বোৰে তাতেই ভেজা লাগিল

মৌনতা হৈ উজাই

খুজি খুপি বুকুতে বহি ৰয়

কিনো বাহিন বজায়

নীলাঞ্জনা… মোৰ আকাশৰ ফাগুন চোৱানা

এটি সুৰ পলাশৰ ..পৰিসৰ জাজাবৰ

Download Link: Nilanjana Lyrics

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form