Protitu Pol Lyrics By Anurag Saikia & Trion Mahanta

Song: Protitu Pol (প্ৰতিটো পল)

Singer: Anurag Saikia

Music/Composition/Guitar: Trion Mahanta

Lyrics: Kallul Kashyap Mahanta

Protitu Pol Lyrics
Protitu Pol Lyrics

Protitu Pol Lyrics:—

তুমি ঢালি দিলাহি বুকুতে মোক
অবুজ শিহৰণ
পাখি মেলি উৰি গুচি
আবিচাৰি হিয়াৰ সমীৰণ
হেঙুলী কি ৰঙে,
তোমাকে সুৱাৰালে,
ৰদালীয়ে মিছিকি হাঁহে এ এ,
সপোনে চোৱা কে,
মুৰেনো দুচকুতে,
তোমাৰে কোমল পৰশতে


প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ


খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী ।


প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ


খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।


জোনাকৰে দলিচাত, অনুৰাগী ভাবনাত


তোমাৰে মিঠা হাঁহি ফুলি উঠে
কলিজাৰে মাজতে, গুলাপৰে পাহি মেলে
তুমি ৰলেহি কাষত নীৰৱে
সুৰভি কথাৰে,মনতে তিকা জাগে
আবেগৰ জোৱাৰ উঠে তোমাতে
শুকুলা ডাৱৰে, তোমাৰ কথা আহি কলে
অভিমানি মোৰো আজি উৰা মাৰে


প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ


খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।


প্ৰতিটো পল প্ৰতিটো উশাহতে তুমি অ হ


খোজে খোজে মোৰ তুমিয়ে হিয়াৰ লগৰী।




Download Link: Protitu Pol Lyrics By Anurag Saikia & Trion Mahanta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form