Akash Song Lyrics By Neel Akash

Song: Akash (আকাশ)

Singer: Neel Akash

Akash Song Lyrics
Akash Song Lyrics

Akash Song Lyrics:—

মোৰ প্ৰনয়ৰে উশাহ
নৈ বুলিলে হেঁপাহ
আছোঁ জানো বৈ
একেদৰে ঐ
আহিব খুজিছোঁ যে মই


অ আকাশ   *৩




হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা


এধানি মন
আছুতীয়া উলাহৰে আঁকি লোৱা
জগত এখন
আধাবাটতে এৰি থৈ আহি
আজিও তাতে যে মগণ


অ আকাশ   *৩




থুপি থুপি তৰা জোনাকী নামি আহি আহি


উমি  উমি থকা হেপাহৰ হেচুকী জগালি *২
জ্বলিছে এদিন বুকুৰে মাজত
নতুনৰ পোৱা গধূলি…..


অ আকাশ   *৩






Download Link: Akash Song Lyrics By Neel Akash

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form