Akakhe Botahe Iman Xuror Lyrics By Dr. Birendra Nath Dutta

Song: Akakhe Botahe Iman Xuror (আকাশে বতাহে ইমান সুৰৰ)

Singer: Dr. Birendra Nath Dutta

Music: Dr. Birendra Nath Dutta

Lyrics: Navakanta Barua

Akakhe Botahe Iman Xuror Lyrics
Akakhe Botahe Iman Xuror Lyrics

Akakhe Botahe Iman Xuror Lyrics:—

আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন !

সৰলৰ বনে কত কথা জানে
বতাহকে কয়…
সৰলৰ বনে কত কথা জানে
বতাহকে কয়…
ফুল অ’ ফুল সুৰ নতুন
মোৰ গানলে’ এষাৰ কথাও
নাহেচোন নাহেচোন নাহেচোন !
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন  নাহেচোন নাহেচোন !

অচিন গছৰ গুটিৰ জুনুকা বতাহে
বজায় ৰুণজুন
অচিন গছৰ গুটিৰ জুনুকা বতাহে
বজায় ৰুণজুন –
মোৰ প্ৰাণলৈ তাৰ অজান লয়ত
নাচৰ লহৰ নাহেচোন
মোৰ প্ৰাণলে’ তাৰ অজান লয়ত
নাচৰ লহৰ নাহেচোন
নাহেচোন নাহেচোন ৷৷
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন
নাহেচোন নাহেচোন নাহেচোন
নাহেচোন নাহেচোন নাহেচোন …॥

Download Link: Akakhe Botahe Iman Xuror Lyrics By Dr. Birendra Nath Dutta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form