Meli Dilu Mon Lyrics Dr. Birendra Nath Dutta

Song: Meli Dilu Mon (মেলি দিলোঁ মন)

Singer: Dr. Birendra Nath Dutta

Music: Dr. Birendra Nath Dutta

Meli Dilu Mon Lyrics
Meli Dilu Mon Lyrics

Meli Dilu Mon Lyrics:—

মেলি দিলোঁ মন
অ’ তুলি দিলোঁ মন ডিঙাৰে পাল
আৰু আকাশে মেলিলে ক’লা কেশ
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ
মেলি দিলোঁ মন…
অ’ তুলি দিলোঁ মন ডিঙাৰে পাল….
আৰু আকাশে মেলিলে ক’লা কেশ…
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ…!
মেলি দিলোঁ মন…
অ তুলি দিলোঁ মন ডিঙাৰে পাল

অ’…অ’…অ’….
ৰঙা মেঘৰ ঢৌৱে ঢৌৱে
কলৈ বাৰু যাম
সূৰুজ গ’লা আকাশৰে দেশ জানো পাম,

ৰঙা মেঘৰ ঢৌৱে ঢৌৱে
কলৈ বাৰু যাম
সূৰুজ গ’লা আকাশৰে দেশ জানো পাম,
গধূলিৰে পশ্চিম আকাশ
সোণৰ খনিৰ দেশ
মেঘৰ মায়াত মন আজি
মোৰ হ’ল নিৰুদ্দেশ
মেলি দিলোঁ মন
অ’ তুলি দিলোঁ মন ডিঙাৰে পাল
আৰু আকাশে মেলিলে ক’লা কেশ…
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ
মেলি দিলোঁ মন…
অ তুলি দিলোঁ মন ডিঙাৰে পাল
অ’ মেলি দিলোঁ মন…
ডিঙাৰে পাল…
অ’ তুলি দিলোঁ মন…..
ডিঙাৰে পাল….৷

Download Link: Meli Dilu Mon Lyrics Dr. Birendra Nath Dutta

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form