Bhorir Nupur Jhunjhun Lyrics By Nilima Khatun

Song: Bhorir Nupur Jhunjhun (ভৰিৰ নূপুৰ ঝুনঝুন)

Singer: Nilima Khatun

Music: Prabhat Sarma

Lyrics: Kirtikamal Bhuyan

Bhorir Nupur Jhunjhun Lyrics
Bhorir Nupur Jhunjhun Lyrics

ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন  ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে…
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন  ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন…
কোন ৰূপহী দাপোন মতি
সাজে-কাচে আকুল হেঁপাহেৰে…
কোন ৰূপহী দাপোন মতি
সাজে-কাচে আকুল হেঁপাহেৰে…
কাৰ ভাৱনাই উদাস কৰে…
মনটিক আজি বাৰে বাৰে
অ’…অ’…
মনটিক আজি বাৰে বাৰে…
ৰিঙা ৰিঙা এই বতৰতে,
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে…
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন  ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন…
কোন ফাগুনৰ উতলা বাই
যোগাই দিলে সপোন কুলিটিক…
কোন ফাগুনৰ উতলা বাই
যোগাই দিলে সপোন কুলিটিক…
যেন প্ৰেয়াসী বুকুৰ বনত
বাজি উঠে আশাৰে বাঁহীটি
অ’…অ’…অ’…
বাজি উঠে আশাৰে বাঁহীটি…
মন উৰা এই বয়সতে…
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে…
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন  ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন  ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে…
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
বাজে ঘনে ৰুনজুন  ৰুনজুন
ঝুনঝুন ঝুনঝুন
গুণ-গুণ-গুণ সেই সুৰ
মন বননি ভৰপূৰ
আজি কি উলাহতে
অ’…অ’…
আজি কি উলাহতে
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন
ভৰিৰ নূপুৰ ঝুনঝুন ঝুনঝুন…

Download Link: Bhorir Nupur Jhunjhun Lyrics By Nilima Khatun

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form