Eti Sorai Gun Gunai Lyrics By Nilima Khatun

Song∶ Eti Sorai Gun Gunai (এটি চৰাই গুণ গুণাই)

Singer∶ Nilima Khatun

Music∶ Apurba Kumar Das

Lyrics∶ Amit Sarkar

Eti Sorai Gun Gunai Lyrics
Eti Sorai Gun Gunai Lyrics

Eti Sorai Gun Gunai Lyrics:—

এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই…
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই
এটি চৰাই…৷
এজাক বতাহে পাহে পাহে
মাধৈ মালতীক দিলে দোলাই
এজাক বতাহে পাহে পাহে
মাধৈ মালতীক দিলে দোলাই
আলফুলকৈ কৈ গ’ল
মৰম বিলাই
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই
এটি চৰাই…৷
এটি ক্ষণে অকাৰণে
এটি স্মৃতি গ’ল সোঁৱৰাই
এটি ক্ষণে অকাৰণে
এটি স্মৃতি গ’ল সোঁৱৰাই…
মন উৰি গ’ল দুৰণিলৈ
মিঠা মিঠা সপোন ধিয়াই…
মন উৰি গ’ল দুৰণিলৈ
মিঠা মিঠা সপোন ধিয়াই
আকাশ হ’লোঁ মই সীমা চেৰাই
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই…
এটি চৰাই গুণ গুণাই
এটি চৰাই গুণ গুণাই
কি সুৰ জানো
মোক গ’ল শুনাই…
এটি চৰাই…৷

Download Link: Eti Sorai Gun Gunai Lyrics By Nilima Khatun

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form