Bilot Tirebirai Lyrics By Anindita Paul

Song: Bilot Tirebirai (বিলত তিৰেবিৰাই)

Lyrics: Kamalananda Bhatacharjya

Singer: Anindita Paul

Musician: Kamalananda Bhatacharjya

Bilot Tirebirai Lyrics
Bilot Tirebirai Lyrics

Bilot Tirebirai Lyrics:–

(বিলত তিৰেবিৰাই
পদুমৰ পাহি অই
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই
জিঞাৰে পাখি অই
ফুলনীত ফুলৰে ৰাণী) ×২
(এন্ধাৰত জিলিকে জোনাকী পৰুৱা
আকাশত জিলিকে জোন) ×২
(ক’লাকৈ ডাৱৰত বিজুলী জিলিকে
হিয়াত মোৰ জিলিকে কোন) ×২
বিলত তিৰেবিৰাই
পদুমৰ পাহি অই
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই
জিঞাৰে পাখি অই
ফুলনীত ফুলৰে ৰাণী
(কলিজাত যিকুৰা জ্বলে অই
জিয়া জুই
জিলিকে তাতো অই
কেঁচা সোণ) ×২
(মোৰ হ’বনে এনে দিন
বাজিব ভগা বীণ
হিয়াত মোৰ জ্বলিব
পূৰ্ণিমাৰ জোন) ×২
বিলত তিৰেবিৰাই
পদুমৰ পাহি অই
পাতত তিৰেবিৰাই পানী
ৰ’দত তিৰেবিৰাই
জিঞাৰে পাখি অই
(ফুলনিত ফুলৰে ৰাণী) ×৩

Download Link: Bilot Tirebirai Lyrics By Anindita Paul

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form