Oi Nahor Togor Aarote Lyrics By Zubeen Garg & Zublee Baruah

Song: Oi Nahor Togor Aarote (অই নাহৰ তগৰ আঁৰতে)

Singer: Zubeen Garg & Zublee Baruah

album: Nahor

Oi Nahor Togor Aarote Lyrics
Oi Nahor Togor Aarote Lyrics

Oi Nahor Togor Aarote Lyrics:–

অই নাহৰ তগৰ আঁৰতে
অই জিলিকে মোৰ জোন অই
অই সাইলাখ তোৰে মুখখনি
অই পদুম তগৰ ফুলিলে
ফুলিলে মোৰ শেৱালি
মৰমত কঁপে বুকুখনি

অই না না না না নানানা
অই না না না না নানানা

(অই নাহৰ ফুলাৰ বতৰ
অই নাহৰ মোৰ মৰমৰ
অই নাহৰ অই নাহৰ অই নাহৰ
আনিলি তই ব’হাগৰে খবৰ) ×২

(বুকুতে বাজিছে ঢোলৰে চাপৰ
তেজতো উঠিছে পিৰীতিৰে লহৰ) ×২

অই নাহৰ ফুলাৰ বতৰ
অই নাহৰ মোৰ মৰমৰ
অই নাহৰ অই নাহৰ অই নাহৰ
আনিলি তই ব’হাগৰে খবৰ

(অই নালাগে ভোগ-ভাগৰ
অই যৌৱনৰ ভৰ দুপৰ
অই নাহৰ অই নাহৰ অই নাহৰ
যাচিবিনে পানীটুপি পিয়াহৰ) ×২

(পালানে বাতৰি নাচনী কঁকালৰ
কলিজাত সানি দিম আচুতীয়া আদৰ) ×২

অই নালাগে ভোগ-ভাগৰ
অই যৌৱনৰ ভৰ দুপৰ
অই নাহৰ অই নাহৰ অই নাহৰ
যাচিবিনে পানীটুপি পিয়াহৰ

(অ’ সপোন দেখা মনৰ
অই এখন আশাৰে ঘৰ
অই নাহৰ অই নাহৰ অই নাহৰ
পাৰিবিনে চেনেহৰে চাদৰ) ×২

(নিদিবা বছৰক  সলাব বাগৰ
বিচনী নালাগে পাতিম মই আঁচলৰ) ×২

অ’ সপোন দেখা মনৰ
অই এখন আশাৰে ঘৰ
অই নাহৰ অই নাহৰ অই নাহৰ
পাৰিবিনে চেনেহৰে চাদৰ

(অই নাহৰ ফুলাৰ বতৰ
অই নাহৰ মোৰ মৰমৰ
অই নাহৰ অই নাহৰ অই নাহৰ
আনিলি তই ব’হাগৰে খবৰ) ×২

(বুকুতে বাজিছে ঢোলৰে চাপৰ
তেজতো উঠিছে পিৰীতিৰে লহৰ) ×২

অই না না না না…

Download Link: Oi Nahor Togor Aarote Lyrics By Zubeen Garg & Zublee Baruah

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form