Kio Ei Hongjom Asoron Lyrics | Bhupen Hazarika

Song: Kio Ei Hongjom Asoron (কিয় এই সংযমহীন আচৰণ)

Singer: Bhupen Hazarika

Kio Ei Hongjom Asoron Lyrics
Kio Ei Hongjom Asoron Lyrics

Kio Ei Hongjom Asoron Lyrics:–

কথা : জানকী,
গাভৰু : ওঁ


ডেকা : কিয় এই সংযমহীন আচৰণ?
গাভৰু : কিয়?
গীত : গাভৰু : এই ধুনীয়া গধূলি লগন
সংযমহীন আচৰণ
সমাজৰ আঁৰতে নিয়ম ভাঙি
কিয় দুয়ো দুয়োতে মগন?

কথা : ডেকা : কিয় বাৰু? প্ৰেমনো কি?
গীত : গাভৰু : প্ৰেম যেন বহুতৰ কটাৰীৰ খেল
শাণিত কটাৰী চালে
শণ্‌ শণ্‌ শৱদে বুকু ভেদিলে
বাধা দিবা কোন কৌশলে?

কথা: ডেকা : কিয় এই আকৰ্ষণ?
গীত : গাভৰু : এই ধুনীয়া গধূলি লগন …

জীৱন এন্ধাৰ জগত এন্ধাৰ
তুমিতো বিজুলীৰ চাকি
তোমাৰ জ্যোতিয়ে যদি বুকু পোহৰায়
দিলাই বা অকমান ফাঁকি
অঘৰী জীৱন অকলশৰীয়া
পাপ যদি হয় হওক জগৰীয়া
কম্পিত বুকুতেই আকলুৱা
দুটি বাহু মৰম বলিয়া।
কথা : গাভৰু : দিয়া মিঠা আলিঙ্গন।।
ডেকা : ওঁ

গীত : গাভৰু : এই ধুনীয়া গধুলি লগন …

Download Link: Kio Ei Hongjom Asoron Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form