Pasolir Bagisa Horu Bagisa Lyrics | Bhupen Hazarika

Song: Pasolir Bagisa Horu Bagisa (পাচলিৰ বাগিচা সৰু বাগিচা)

Singer: Bhupen Hazarika

Pasolir Bagisa Horu Bagisa Lyrics
Pasolir Bagisa Horu Bagisa Lyrics

Pasolir Bagisa Horu Bagisa Lyrics:—

পাচলিৰ বাগিচা সৰু বাগিচা
মোৰ সৰু বাগিচা জানো দেখিছা ?

তাত মই ৰুইছোঁ পাচলি ইমান
সৰিয়হ ফুলবোৰ ফুলিছে কিমান !

সৰু সৰু কোৰেৰে নিজে কোৰ মাৰোঁ
সৰু সৰু খন্তিৰে নিজে চহ কৰোঁ |

আবেলি পাচলিত দিওঁ মই পানী
মটৰৰ কলিবোৰ খাওঁ চিঙি আনি |

কবি, মূলা, উৰহি, শাক, লফা, লাই
পুৱাতেই চিঙো মই খৰাহী ভৰাই |

বজাৰত পাচলি বহু পোৱা যায়
মোৰ বাগিচাৰ দৰে সোৱাদ নহয় |

পাচলিৰ বাগিচা সৰু বাগিচা,
মোৰ সৰু বাগিচা জানো দেখিছা ?

Download Link: Pasolir Bagisa Horu Bagisa Lyrics | Bhupen Hazarika

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form