Nodi Mathu Boi Lyrics Nilima Khatun

Song: Nodi Mathu Boi (নদী মাথোঁ বয়)

Singer: Nilima Khatun

Music: Ramen Barua

Lyrics: Keshab Mahanta

Nodi Mathu Boi Lyrics
Nodi Mathu Boi Lyrics

Nodi Mathu Boi Lyrics:–

নদী মাথোঁ বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে …?
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে ….
আছে সাগৰেৰে যাৰ ভালপোৱা
আছে সাগৰেৰে যাৰ ভালপোৱা
সাগৰেৰে সি মিলিব জানে
বাধা দি ৰাখিব কোনে?
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে?
নদী মাথোঁ বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে…?
জাঁকে জাঁকে আহে যায় ধুমুহা…
লৰে জানো পাহাৰৰ ওখ গা ?
জাঁকে জাঁকে আহে যায় ধুমুহা…
লৰে জানো পাহাৰৰ উখ গা?
অ’…অ’…অ’…
ধলে পাৰ ভাঙে
জাঁজি ভাঙি আনে
ধলে পাৰ ভাঙে
জাঁজি ভাঙি আনে
ঢৌৱে কি বিঘিনী মানে
বাধা দি ৰাখিব কোনে
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে
নদী মাথোঁ বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে…
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে…?
মনে মনে বৰিলোঁ তোমাকে…
তুমি মোৰ আঁউসীয়ে জোনাকে
মনে মনে বৰিলোঁ তোমাকে…
তুমি মোৰ আঁউসীয়ে জোনাকে
অ’…অ’…অ’…
মন কিয় ভাগে
ভয় কিয় জাগে
মন কিয় ভাগে
ভয় কিয় জাগে
বান্ধোন চিঙিব কোনে…?
বাধা দি ৰাখিব কোনে…?
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে…?
নদী মাথোঁ বয়
কালৈকো নৰয়…
বাধা দি ৰাখিব কোনে…?
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে…?
আছে সাগৰেৰে যাৰ ভালপোৱা
আছে সাগৰেৰে যাৰ ভালপোৱা
সাগৰেৰে সি মিলিব জানে
বাধা দি ৰাখিব কোনে
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে
নদী মাথোঁ বয়
কালৈকো নৰয়
বাধা দি ৰাখিব কোনে
অ’…অ’…অ’…
বাধা দি ৰাখিব কোনে…?

Download Link: Nodi Mathu Boi Lyrics Nilima Khatun

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form