Jibon Ghorir Pratitu Pal (জীৱন ঘড়ীৰ প্ৰতিটো পল) | Lyrics In Assamese | Bhupen Hazarika

Song: Jibon Ghorir Pratitu Pal (জীৱন ঘড়ীৰ প্ৰতিটো পল)

Singer: Bhupen Hazarika

Jibon Ghorir Pratitu Pal Lyrics
Jibon Ghorir Pratitu Pal Lyrics

Jibon Ghorir Pratitu Pal Lyrics:—

জীৱন ঘড়ীৰ প্ৰতিটো পল
যেন গলি গলি গʼল
নিঃসঙ্গতা পৰুৱা এটি
মাথোঁ তাতে পৰি ৰʼল।।

তেজত আজি ৰক্ত কণিকা
কিয় জানো কমি গʼল !
দংশনৰত বীজাণুৰ দল
মোৰ যে লগৰী হʼল।

বিলম্বিত লয়, শূন্যতা ভৰা সুৰ
সোঁৱৰণী সমলয় হাঁহাকাৰেৰে পূৰ ।

দিনবোৰ যেন সাগৰ পাৰৰ
অঘৰী চৰাই হʼল
অন্ধকাৰৰ দিগ্‌বলয়ত
পোহৰ হেৰাই গʼল।।

Download Link: Jibon Ghorir Pratitu Pal (জীৱন ঘড়ীৰ প্ৰতিটো পল) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form