Tumiye Mur Kalpanare (তুমিয়ে মোৰ কল্পনাৰে) | Lyrics In Assamese | Bhupen Hazarika

Song: Tumiye Mur Kalpanare (তুমিয়ে মোৰ কল্পনাৰে)

Singer: Bhupen Hazarika

Tumiye Mur Kalpanare Lyrics
Tumiye Mur Kalpanare Lyrics

Tumiye Mur Kalpanare Lyrics:—

তুমিয়ে মোৰ কল্পনাৰে হৰিণীনয়না
তুমিয়ে মোৰ জীৱনৰে মধুৰ আল্পনা
তোমাৰ বাবেই মোৰেই সুৰৰ কতনা মূৰ্চ্ছনা
তুমি জানা নে নেজানা ?

জীৱন ৰণাঙ্গনত তুমি সাহসৰে তীৰ্থভূমি
পৰাজয়ৰ নিৰাশাতো তুমিয়ে সান্ত্বনা
তুমি জানা নে নেজানা?

জীৱন-বনৰ গভীৰতাত উৎস তুমি সেউজৰে
সেই সেউজৰ সুন্দৰতাও তোমাৰে হাঁহিৰে
ভাৰতৰে পূৰ্বাকাশৰ, জেউতি তুমি ন সূৰুযৰ
তোমাৰ পোহৰ অবিহনে বৃথা পৰিকল্পনা
তুমি জানা নে নাজানা?

Download Link: Tumiye Mur Kalpanare (তুমিয়ে মোৰ কল্পনাৰে) | Lyrics In Assamese | Bhupen Hazarika

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form