Mathu Tumi Lyrics | Angaraag Mahanta

Song: Mathu Tumi (মাথো তুমি)


Singer: Angaraag Mahanta 

Mathu Tumi Lyrics
Mathu Tumi Lyrics

Mathu Tumi Lyrics:—

মোৰ হিয়াৰ ভাজে ভাজে তুমি
মাথো তুমি

ৰুনজুন এই হৃদয়ত
শব্দ কাৰ পায়েলৰ সঘনে
দিনবোৰ এতিয়া তোমাৰ
ৰাতিয়েও আনে জোৱাৰ গোপনে

তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি

যদিও দূৰ এই আকাশ 
তুমিতো ওচৰ
তুমিয়ে জোনাকী মোৰ
দিয়া  পোহৰ
তুমি নহ’লে এই চহৰ লাগে 
সমাধি এই সপোনৰ
জুমি চাওঁ তোমাৰ দুচকুলে
বিচাৰো নদী মৰমৰ
তুমি সপোন মোৰ 
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি

তোমাৰ কাষত কিনো পাওঁ নুসুধিবা
নিৰৱ উঠে নকলেও
বুজিটো পোৱা
তুমি পৰি মোৰ সৰগৰ
এচুৱা আকাশ মৰমৰ
ৰৈ যোৱানা বুকুতে মোৰ
বৰষা তুমি সৰতৰ
তুমি সপোন মোৰ 
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি

ৰুনজুন এই হৃদয়ত
শব্দ কাৰ পায়েলৰ সঘনে
দিনবোৰ এতিয়া তোমাৰ
ৰাতিয়েও আনে জোৱাৰ গোপনে

তুমি সপোন মোৰ
তুমি জীৱন মোৰ উশাহতো আছা তুমি
মোৰে হিয়াৰ ভাজে ভাজে
মাথো তুমি
মাথো তুমি

Download Link: Mathu Tumi Lyrics | Angaraag Mahanta

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form