Pakhitei Pakhi Logai Lyrics | পাখিতেই পাখি লগাই | Zubeen Garg

Song: Pakhitei Pakhi Logai (পাখিতেই পাখি লগাই)

Singer: Zubeen Garg

Pakhitei Pakhi Logai Lyrics
Pakhitei Pakhi Logai Lyrics

Pakhitei Pakhi Logai Lyrics:—-


পাখিতেই পাখি লগাই উৰিবলে মন

দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন

এথৰ দুথৰ মোৰ হেপাহৰ

মুঠি এমুঠি তোমাৰ আদৰৰ

তাতেই নাচি ৰ’ব দুই জোনাকি মন


কোন অমানিশা কোনোবা এন্ধাৰে

আগচিব খুজিলে মোক অজানিতে

তোমাৰে ভাৱনাৰ চাকিতি চৌপাখে মোৰ জ্বলেহি

ইটো সিটো কৈ বহুটো আশা

তোমাৰ সহাৰিতে জিৰাব খোজা

তাতেই বাকি দিয়া এফেৰি মৰম


দেই পুৰি নিয়া মোৰো সীমনা

ৰৈ আছো জানানে তোমাৰে ভৰষাত

নোৱাৰো এখোজো দিবলে

অকলসৰে ম‍ই অকলে

আহোতে আহা সপোন এটি হৈ

যাও বুলি গ’লে বুকু ভাঙে ঐ

নেলাগে নেলাগে বেলেগে মৰম

Download Link: Pakhitei Pakhi Logai Lyrics | পাখিতেই পাখি লগাই | Zubeen Garg

Lachit

I am a Software Developer & Digital Marketer since 2006. I build shopping and blogging websites, and also provide digital marketing services for YouTubers, Facebook creators, and online brands.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form