Diya Ghurai Diya Lyrics | দিয়া ঘূৰাই দিয়া | Zubeen Garg

Song: Diya Ghurai Diya (দিয়া ঘূৰাই দিয়া)

Singer:  Zubeen Garg

Diya Ghurai Diya Lyrics
Diya Ghurai Diya Lyrics


Diya Ghurai Diya Lyrics:—-

দিয়া ঘূৰাই দিয়া

পৃথিৱী আমাৰ আমাক

আইতাৰে সাধু

তৰালি সৰা চোতাল

সেইয়াই লাগে আমাক

নালাগে ওলোটা পৃথিৱী

অ’ আমি আমিয়েই চোন

পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন

আনা ঘূৰাই আনা

ধৰা নিভাজ হিয়াৰ

শেৱালি পাহিত দুভৰি থুনুক থানাক

সেইয়াই লাগে আমাক

নালাগে ওলোটা পৃথিৱী

অ’ অমি অমিয়েই চোন

পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন

ক খ গ ঘ আৰু ঙ

পাটীগণিত আৰু কুহিপাঠ

পঢ়ালা পঢ়ি আছো

শিকালা শিকি আছো

এতিয়া কিয় দিয়া মৰণ আঘাত

বুৰন্জীৰে পাত লুতিয়ালে

আমাৰ মৰমে দিব সকীয়াই

যদিহে আমাৰ অস্তিত্ব নাই

তেনে বুৰন্জী কোনেও নাচায়

Touch It

Touch Your Freedom

Grab It, Hold it and Bring To Your Knees

Oh, with You

We all are with You

We make the World Shine like the Sun

That’s it

Touch It

Touch Your Freedom

Grab It, Hold it and Bring To Your Knees

Oh, with You

We all are with You

We make the World Shine like the Sun

Download Link: Diya Ghurai Diya Lyrics | দিয়া ঘূৰাই দিয়া | Zubeen Garg

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form