Puar Hahi Lyrics | পুৱাৰ হাঁহি | Jetuka Pator Dore | Zubeen Garg

Song: Puar Hahi (পুৱাৰ হাঁহি)

Singer: Zubeen Garg

Movie: Jetuka Pator Dore

Puar Hahi Lyrics
Puar Hahi Lyrics

Puar Hahi Lyrics:—-

পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে
দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে
পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে
দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে
তোমাৰ ওঠত মনৰ বাতৰিয়ে
বৰনি বৰনি এহেজাৰ ধৌ তোলে
জেতুকা পাতৰ দৰে
মোকো বুলাই দিয়ানে
দিয়ানে দিয়ানে
পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে
দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে
থুনুক থানাক সেই ….. ল’ৰালি কোমল
কত’না খেলাৰ ক্ষন ….. আজিও জীপাল
জেতুকা পাতৰে ৰঙা ৰঙা বুল
অকনি হাতত
মিঠা মিঠা আঁদৰে দোলা দি গ’ল
এধানি মনত
পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে
দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে
প্ৰথম মৰমৰ …… আগলি বেলাত
এবাৰ চাই মাথো ……. চোঁৱাৰ পৰত
সৰু সৰু দুৰু দুৰু
লাহে লাহে বহিলাহি ৰঙ ৰঙ
ৰিমিঝিমি ৰিমিঝিমি আৱেগে
ধোৱালেহি দেহ-মন
পুৱাৰ হাঁহিত ….. চেচাঁ বতাহজাকে
দৰদি দৰদি …… হৃদয়ৰ খবৰ আনে

Download Link: Puar Hahi Lyrics | পুৱাৰ হাঁহি | Jetuka Pator Dore | Zubeen Garg

Lachit

I am Software Developer & Digital Marketer science 2006, I do shopping and blogging websites, and also do digital marketing for YouTubers and facebookers.

Post a Comment

Thanks for your interest.

Previous Post Next Post

Contact Form